চুপাৰ মুনৰ প্ৰভাৱ শক্তিপীঠ কামাখ্যাত
গুৱাহাটী, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ ৩১ জানুৱাৰীত বিশ্ববাসী সাক্ষী হৈ ৰব এক বিৰল ঘটনাৰ। ৩১ জানুৱাৰীত আকাশত দেখা দিব চুপাৰ মুন। চুপাৰ মুনৰ লগতে ৩১ জানুৱাৰীত হব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। চুপাৰ মুন আৰু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব শক্তিপীঠ কামাখ্যাৰ ওপৰত। ৩১ …