গুৱাহাটীত উপস্থিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল

গুৱাহাটী, ৮ অক্টোবৰঃ গুৱাহাটীত আহি উপস্থিত হ’ল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল দুটা। কিছুসময়ৰ আগতে গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল দুটাই। বিমান বন্দৰৰ ভিতৰতে গামোছাৰে আদৰণি জনোৱা হয় দুয়োটা দলক। উল্লেখ্য যে, ১০ অক্টোবৰত হ’বলগীয়া ক্ৰিকেট খেলখনৰ বাবে গুৱাহাটীত উপস্থিত …

মালিগাঁৱত আৰক্ষীৰ অভিযানঃ বহু লক্ষাধিক টকাৰ লগতে চেকবুক উদ্ধাৰ 

মালিগাঁও, ৮ অক্টোবৰঃ মালিগাঁও চাটালগেটত গৌশালাৰ ৰেলৱেৰ কৰ্মচাৰী অশোক দাসৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলাই বহু লক্ষাধিক টকাৰ লগতে চেকবুক উদ্ধাৰ কৰিছে। মালিগাঁও চাটালগেটত গৌশালাৰ ৰেলৱে ২৯৪-এ কোৱাৰ্টাৰত আৰক্ষীয়ে তালাচী অভিযান চলাই টকাখিনি উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, অশোক দাসে দীৰ্ঘদিন ধৰি অবৈধ ভাৱে সুতৰ বৃহৎ ব্যৱসায়ী চলাই আহিছিল। আৰক্ষীয়ে অশোকৰ ঘৰৰ …

বৰপেটাত কৃষক মুক্তিৰ কৰ্মীক হত্যাৰ ভাবুকিৰে মাৰপিট আৰক্ষীৰ

বৰপেটা, ৭ অক্টোবৰঃ কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ আপোচহীন প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰিবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তেই কালি বৰপেটা সদৰ থানাত কৃষক …

গুৱাহাটীত ৰেনো ইণ্ডিয়াৰ অত্যাধুনিক ডিলাৰশ্বিপ মুকলি

গুৱাহাটী, ৭ অক্টােবৰঃ দেশৰ ক্ষীপ্ৰ বিকশিত অ’টােমােবাইল ব্ৰেণ্ডসমূহৰ অন্যতম ৰেনােই গুৱাহাটী মেট্ৰ’পলিটান (আৰবান বন্ড মটৰ প্রাইভেট লিমিটেড) শীর্ষক এক ৩এছ অত্যাধুনিক ডিলাৰশ্বিপ মুকলি কৰে। বিক্ৰী, ছার্ভিচ আৰু স্পেয়াৰ পাৰ্টৰ একমাত্র উপলব্ধতাৰে এই নতুন ডলাৰশ্বিপটােৱে গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ উপভোক্তালৈ …

কংগ্ৰেছ এআইইউডিএফে সংখ্যালঘুৰ মাজত আতংক বিয়পাইছেঃ মুমিনুল আৱাল

গুৱাহাটী, ৭ অক্টোবৰঃ অসমত সু পৰিকল্পিতভাৱে ধৰ্মীয় সংখ্যালঘুক ভীতিগ্ৰস্ত আৰু আতংকিত কৰিছে কংগ্ৰেছ আৰু এআইইউডিএফে৷ এই অভিযোগ সংখ্যালঘু উন্নয়ণ বৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ৷ আজি অসম সংখ্যালঘু উন্নয়ণ বৰ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আৱালে এই তথ্য সদৰি কৰি কয় যে, …

যুৱতীক ভুৱা ফেচবুক একাউন্ট খুলি ব্লেকমেইল

মিৰ্জা, ৭ অক্টোবৰঃ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ কাৰণে ফেচবুকত ব্লেকমেইলাৰৰ বলি হ’বলগীয়া হৈছে দক্ষিণ কামৰূপৰ এগৰাকী যুৱতী৷ উভয়ৰে নামত যুটীয়া ভুৱা একাউন্ট খুলি যুৱতীগৰাকীৰ ফটো প্ৰফাইলত ৰাখি যুৱকজনে যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছে৷ যুৱতীগৰাকীয়ে সংবাদ ৩৬৫ৰ সাংবাদিকক সদৰি কৰা মতে, যুৱকজনে …

এজোৰ কেলিপাৰ দিবলৈ পুঁজিৰ অভাৱ যোৰহাটৰ সাংসদ আৰু বিধায়কৰ

যোৰহাট, ৭ অক্টোবৰঃ মাত্ৰ এজোৰ কেলিপাৰ বিচাৰি স্থানীয় সাংসদ আৰু বিধায়কৰ পৰা কোনো সঁহাৰি নাপালে এটা দৰিদ্ৰ দুৰ্ভগীয়া কিশোৰৰ পিতৃ মাতৃয়ে৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া যোৰহাটৰ নিবাসী দ্বীজেন শৰ্মাৰ বিশেষভাবে সক্ষম পুত্ৰক এজোৰ কেলিপাৰ দিয়াৰ বাবে পুঁজিৰ অভাৱ …

নাটক চাই আহি প্ৰাণ হেৰুৱালে বাইক আৰোহীয়ে

ৰঙিয়া, ৭ অক্টোবৰঃ ৰঙিয়াৰ মহখুলিত পুৱতি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত তথ্য মতে, লক্ষ্মী পূজা উপলক্ষে আয়োজিত নাটক চাই পুৱতি নিশা যুৱক তিনিজনে এখন এফজেএছ বাইকত আহি …

নাগৰিক সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালাৰ আয়োজন

গুৱাহাটী, ৬ অক্টোবৰঃ গুৱাহাটীৰ উজান বজাৰস্থিত অসম সাংবাদিকতা বিদ্যালয়ে ১১ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে নাগৰিক সাংবাদিকতা বিষয়ক এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাৰ তত্ত্বাৱধায়ক তথা অসম সাংবাদিকতা বিদ্যালয়ৰ সঞ্চালক মনোৰম গগৈয়ে সদৰি কৰা মতে, সময় সলনি হোৱাৰ লগে লগে গণ মাধ্যম তথা …

বিদ্যুতৰ সঘন কৰ্তনে অতিষ্ঠ বৰহাটবাসী

বৰহাট, ৫ অক্টোবৰঃ বিদ্যুতৰ সঘন কৰ্তনে অতিষ্ঠ কৰি তুলিছে চৰাইদেউৰ বৰহাটবাসীক। পৰিৱৰ্তনকামী শ্ল’গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি মিত্ৰজোঁট চৰকাৰ নেতৃত্বত বৰ্তমান সমগ্ৰ ৰাজ্যৰ লগতে বৰহাটতো বিদ্যুতৰ সঘন কৰ্তনে জনসাধাৰণক সংকটত পেলাইছে। নিৰ্বাচনৰ প্ৰাকক্ষণত ২৪ ঘন্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া …