সোণতলীত উচ্চ ক্ষমতা সম্পন্য বিদ্যুৎৰ তাৰ ছিঙি পৰিল মূল পথত
সোণতলী, সংবাদ ৩৬৫, ২৩ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ সোণতলীত মঙ্গলবাৰে সংঘটিত হয় এক ভয়াবহ ঘটনা। উচ্চ ক্ষমতা সম্পন্য বিদ্যুৎৰ তাৰ ছিঙি পৰাত কোনো মতে প্ৰাণ ৰক্ষা পৰে কেইবাজনো পথচাৰীৰ। পথৰ ওপৰত বিদ্যুতিক তাৰ ছিঙি পৰা বহু সময় ধৰি বন্ধ হৈ পৰে যাতায়ত …