গেলেকীত পথ দুৰ্ঘটনা, এজন নিহত
শিমলুগুৰিৰপৰা নেকিবুল হক, ৩০ ডিচেম্বৰ: নাজিৰাৰ গেলেকীত পথ দূৰ্ঘটনা। গেলেকীৰ চি আই এচ এফৰ কলনিৰ সমিপত এই দুৰ্ঘটনা। অ এন জি চিৰ চিমেন্টিং গাড়ীৰ খুণ্ডাত স্কুটাৰ আৰোহীৰ মৃত্যু। আৰোহীজন কৈলাশ ঘাটোৱাৰ। অন্যজন কৃষ্ণা ৰাজুৱাৰ আহত। আহতজনক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ …