আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম সন্তান
মিৰ্জাৰ পৰা অজয় দাস, ২৯ নৱেম্বৰ: অংকুশিতাই অসমৰ সুনাম কঢ়িওৱাৰ লগতে আন এক অসম সন্তানে অসমৰ লগতে তেওঁ ভাৰতবৰ্ষৰো সুনাম কঢ়িয়াই সন্মান বুটলিবলৈ সক্ষম হৈছে। ছুইজাৰলেণ্ডত হোৱা ডব্লিউ এফ এফ মিঃ এচিয়া পেচিফিক প্ৰ’/ এম চেম্পিয়নশ্বিপত ২৭ খন দেশৰ প্ৰায় …