ৰাণীত দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ দুৰ্বিত্তৰ অগ্নিসংযোগ
ৰাণী, ২৬ ছেপ্টেম্বৰঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত শনিবাৰে নিশা দুৰ্বিত্তই এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ জ্বলাই দিয়াত পৰিয়ালটোৱে ভয় আৰু শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য মতে, পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণীৰ গণপতিৰ বাসিন্দা দিলীপ বড়োৰ বাসগৃহত কোনো অচিনাক্ত লোকে অগ্নিসংযোগ …