সৰভোগ-কলগাছিয়া পথ নিৰ্মাণত ঠিকাদাৰৰ মইমতালিঃ নিৰ্মাণ সম্পূৰ্ণ নহওতেই খহিল পথ
কলগাছিয়া, ২০ আগষ্টঃ বৰপেটা গড়কাপ্তানী বিভাগৰ সৰভোগ উপ-সংমণ্ডলৰ অন্তৰ্গত নিৰ্মাণৰত সৰভোগ-কলগাছিয়া ভট্টদেৱ পথটো ঠিকাদাৰৰ মইমতালি আৰু নিম্নমানৰ কাম কৰাৰ বাবেই কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই খহি পৰাৰ লগতে ব্লক ইটা ভাঙি পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও নিৰ্মাণকাৰ্য্য চলি থকাৰ …