কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজা উদযাপন
কোকৰাঝাৰ, ২৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰৰ বিভিন্ন স্থানত মহাসমাৰোহেৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে।কোকৰাঝাৰত ধৰ্মীয় কাৰণৰ লগতে সমাজৰ সৰ্বাঙ্গীন উন্নতি, ঐক্য আৰু শান্তি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি বিশিষ্ট সমাজ সেৱক জ্যোতি ব্ৰহ্মই ব্যক্তিগত ভাৱে কোকৰাঝাৰৰ জেডিৰোডত অৱস্থিত বাসগৃহৰ প্ৰাংগনত …