নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পাতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্যপৰীক্ষা শিবিৰ আয়োজন
গুৱাহাটী, ২৫ ছেপ্তেম্বৰঃ গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পাতালৰ উদ্যোগত চানমাৰিস্থিত নিৰাময় ভৱনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। চৰকাৰী পেন্সনাৰ এছ’চিয়েছনৰ গুৱাহাটী শাখাৰ সহযোগত আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ উদ্দেশ্য আছিল যিকোনাে ৰােগ প্রাথমিক পর্যায়তে ধৰা পেলাই ফলপ্রসূভাৱে চিকিৎসা কৰাৰ …