ৰাজ্যজুৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯১সংখ্যক জন্মজয়ন্তী পালন
সংবাদ ৩৮৫ ডেস্ক, ৮ ছেপ্তেম্বৰঃ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি ৯১সংখ্যক ওপজা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত চৰকাৰীভাৱে উদযাপন কৰা হয় সুধাকণ্ঠৰ জন্মদিন। অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলেয়ে বন্তি প্ৰজ্বলন কৰি সুধাকন্ঠ ড০ ভূপেন …