যোৰহাটত ড০ যোগেন্দ্ৰ নাথ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান
যোৰহাট, ১ চেপ্টেম্বৰঃ যোৰহাটৰ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা কেন্দ্ৰত ২৩ সংখ্যক ড০ যোগেন্দ্ৰ নাথ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান অনুস্থিত হয়। ড০ ৰমেশ চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুস্থিত হোৱা বক্তৃতানুষ্ঠানত পদ্মভূষণ ড০ এ ভি ৰামা ৰাওঁ বিশিষ্ট বক্তা, আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ …