গুৱাহাটীত অনুস্থিতব্য বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত উপস্থিত থাকিব আইবাৰ অধ্যক্ষ
হামবাৰ্গ, ৩ ছেপ্তেম্বৰঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত গৌৰৱ বিধুৰীয়ে প্ৰথমটো ৱাইল্ড কাৰ্ড লাভ কৰাৰ কেইটামান দিন পিছতেই আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থা চমুকৈ আইবাৰ অধ্যক্ষ ড০ ছিং কুঅ’ ৱ’ই নৱেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিতব্য বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিছে৷ বক্সিং …