বাঘমাৰাত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ মহিলাসহ আটক-৬
সোণতলী, ৩১ আগষ্টঃ দক্ষিণ কামৰূপৰ ছয়গাওঁ বিধানসভা সমষ্টিৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত বাঘমাৰাত নিশা টহলদাৰী গাওঁৰক্ষী বাহিনীৰ দলে আৰক্ষীৰ সহযোগত নাৰীদেহ ব্যৱসায়ী চক্ৰ এটাক উৎখাত কৰে৷ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ দলটোৱে যুটীয়ভাৱে অভিযান চলাই বাঘমাৰাৰ প্ৰয়াত কামাল উদ্দিনৰ পত্নী ছুফিয়া খাতুন …