নতুন সৌন্দৰ্য্য কেন্দ্ৰৰে ভিএলচিচিৰ তেজপুৰত প্ৰৱেশ
তেজপুৰ, ৩১ আগষ্টঃ বহুজাতিক কোম্পানী ভিএলচিচিৰ সৌন্দৰ্য্য কেন্দ্ৰ এটা তেজপুৰত মুকলি কৰা হয়৷ সৌন্দৰ্য্য কেন্দ্ৰটোৱে বহুলভাবে উপযুক্ত মেক আপ, সৌন্দৰ্য্য, চুলি আৰু ছালৰ সেৱা একেলগে প্ৰদান কৰিব। এই সৌন্দৰ্য্য কেন্দ্ৰটো অনুৰাগ আগৰৱাল আৰু পিংকল হাজৰিকা লহকৰৰ উদ্যোগত কাৰ্যকৰী কৰা হৈছে। …