শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ এডুকেশ্যনেল ছচাইটিৰ উদ্যোগত দয়ানন্দ পাঠকলৈ সপ্তম চম্পাৱতী বঁটা
গুৱাহাটী, ২৯ আগষ্টঃ নগাঁৱৰ ননৈ পাৰৰ ঐতিহ্যমণ্ডিত সত্রানুষ্ঠান শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ আৰু কাৰিকৰী শিক্ষাৰ অগ্রণী প্রতিষ্ঠান জিআইটিয়ে বিশিষ্ট শিক্ষাবিদ, গৱেষক ড° দয়ানন্দ পাঠকক তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা ২০১৭ৰ প্ৰদান কৰিব৷ উল্লেখ্য যে, শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ আৰু কাৰিকৰী শিক্ষাৰ অগ্রণী …