গৰুৰ হাড়, ঠেং উদ্ধাৰক লৈ নগাঁৱত উত্তেজনা
কামপুৰ, ৩ চেপ্টেম্বৰঃ নগাওঁ জিলাৰ কঠিয়াতলিৰ ৰেংবেংত পুৱা গৰুৰ হাড়, মূৰ আৰু ঠেং বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, ৰেংবেংৰ এটা মন্দিৰলৈ যোৱাৰ পথত স্থানীয় লোকে দুটা বস্তাৰ ভিতৰত গৰুৰ হাড়, মূৰ আৰু …