ফটো ভালকৈ তুলিব, সকলোৱে চাব

কমলপুৰ, ১ জুনঃ ফটো ভালকৈ তুলিব, সকলোৱে চাব৷ সাংবাদিকক ফটো ভালকৈ তোলাৰ এই পৰামৰ্শ টিকলাৰ। লগতে বাতৰি সম্প্ৰচাৰ কৰোতে মচলা ভালকৈ দিবলৈও সাংবাদিকক পৰামৰ্শ টিকলাৰ৷ কামৰূপ জিলাৰ কমলপুৰত আৰক্ষীৰ জালত পৰা দুধৰ্ষ ডকাইত টিকলা ওৰফে ৰেকিব আলীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা …

সপ্তাহটোৰ মডেলঃ

মডেলঃ কিৰণ বড়ো নিজৰ প্ৰতিভা, অগাধ বিশ্বাস, সীমাহীন ধৈৰ্য্য অশেষ জীৱন সংগ্ৰামেৰে সমাজ কল্যানৰ লগতে নিজৰ প্ৰতিভা ৰাইজৰ আগত উলিয়াই সকলো ক্ষেত্ৰতে সফলতা লাভ কৰা এগৰাকী মহিলা হৈছে কিৰণ বড়ো৷ সদ্যসমাপ্ত মহিলাসকলৰ সৌন্দৰ্য্য প্ৰতিযোগিতা মিচেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭ত প্ৰথম ৰাৰ্ণাছ …

মুকলি গল্প প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটী, ১ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ বহুভাষাৰ সাহিত্যালোচনী সপ্তৰ্ষিৰ সৌজন্যত সদৌ অসম ভিত্তিক এখনি মুকলি গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতাৰ কাৰণে পঠিওৱা গল্পসমূহ স্ব-ৰচিত, অপ্ৰকাশিত আৰু এহেজাৰ শব্দৰ ভিতৰত ডিটিপি কৰা হ’ব লাগিব৷ গল্পটোৰ লগত দুকপি পাচপোৰ্ট চাইজৰ ফটো, প্ৰতিযোগিতাৰ …

কোকোৰাঝাৰত মেধাবী ছাত্ৰীক স্কুটী বিতৰণ

কোকোৰাঝাৰ,  ১ জুনঃ দৰিদ্ৰতা সীমা ৰেখাৰ তলত বসবাস কৰা কোকোৰাঝাৰৰ ২৬ গৰাকী মেধাবী ছাত্ৰীক কোকোৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্কুটী বিতৰণ কৰা হয়। বিটিচিৰ উপ কাৰ্যবাহী কামফা বৰগঞা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মেধাবী ছাত্ৰীকেইগৰাকীক স্কুটীৰ ছাবি বিতৰণ কৰে৷ বৰগঞাই ভাষণত …

দৰিদ্ৰতাৰ মাজতে উজলিল দেৱজিত

মাজুলী, ১ জুনঃ মাজুলীৰ এজন ছাত্ৰৰ কৰুণ জীৱনগাঁঠা৷ দৰিদ্ৰতাৰ মাজেৰে উজ্বলি উঠা এই প্ৰতিভাই সকলোৰে হৃদয় চুই গৈছে। ঘৰৰ নামত এটা জীৰ্ণ ভগা পঁজা, খাবলৈ খুদ কণৰ অভাৱ, মাতৃ মানসিক বিকাৰগ্ৰস্ত৷ ইয়াৰ মাজতে নিজৰ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত চাৰিটা …

ৰাম কুমাৰ বৰুৱালৈ সাহিত্য-মুকুতা সন্মান

গুৱাহাটী, ১ জুনঃ নেবক’ছৰ উদ্যোগত আয়োজিত নেবক’ছ মিডিয়া এৱাৰ্ডছ ২০১৭ ত বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱাক সাহিত্য-মুকুতা সন্মানেৰে সন্মানিত কৰা হয়৷ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱাক নেবক’ছ মিডিয়া এৱাৰ্ডছে সাহিত্য মুকুতা সন্মানেৰে সন্মানিত কৰে৷ …

মেধাৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে

ৰঙিয়া, ৩১ মেঃ মেধাৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে । ইয়াকে প্ৰতিপন্ন কৰি দেখুৱালে ৰঙিয়াৰ সমীপৰ ঢোলকুছিৰ অঞ্জন কলিতাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কে বি দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অঞ্জন কলিতাই ছটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৫৭৫ নম্বৰ লাভ …

বিটিএডিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিৰাশজনক

৪২ বছৰৰ পিছত দহটাৰ স্থানত বড়ো মাধ্যমত ছাত্ৰ বিবুংছাৰ বসুমতাৰী কোকৰাঝাৰ, ৩১ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিটিএডিৰ কোকোৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু বাস্কা জিলাৰ ফলাফল অতি নিৰাশজনক৷ বিটিএডিৰ কোকোৰাঝাৰ আৰু ওদালগুৰি জিলাৰ উৰ্ত্তীণৰ হাৰ ৰাজ্যৰ ভিতৰতে দ্বিতীয় আৰু তৃতীয় সৰ্বনিম্ন৷ কোকোৰাঝাৰ আৰু ওদালগুৰি …

আইআইটিৰ স্নাতক হোৱাৰ মন দশম স্থান প্ৰাপ্ত ৰিপুঞ্জয়ৰ

নলবাৰী, ৩১ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান প্ৰাপ্ত নলবাৰীৰ ৰিপুঞ্জয় শৰ্ম্মাৰ ভৱিষ্যতে এজন আইআইটিৰ স্নাতক হোৱাৰ মন৷ নলবাৰীৰ জামিনী চকৰ তপন শৰ্ম্মা আৰু দীপালি দেৱীৰ পুত্ৰ ৰিপুঞ্জয় । পিতৃ বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ বিষয় শিক্ষক আৰু মাতৃ …

ৰাজ্যৰ ভিতৰত দ্বিতীয় ট্ৰাক চালকৰ পুত্ৰ

মুকালমুৱা, ৩১ মেঃ নলবাৰীৰ দক্ষিন প্ৰান্তৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নুৰুল হ‘ক আলীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখলেৰে সমগ্ৰ নলবাৰীলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷ মুকালমুৱাৰ নাৰায়নপুৰ গাওঁৰ ট্ৰাক চালক মোস্তাফা আলীৰ …