প্ৰত্যাশা শীৰ্ষক স্বাস্থ্য সজাগতা মূলক কাৰ্যসূচী মুকলি
নাজিৰা, ৩০জুলাইঃ নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহিলা কোষৰ সহযোগত লাকুৱা চাহ বাগিছাত মহকুমাধিপতি ড০ সাদনেক সিঙে প্ৰত্যাশা শীৰ্ষক এখন স্বাস্থ্য সজাগতা মূলক কাৰ্যসূচী মুকলি কৰে৷ অনুষ্ঠানত লাকুৱা চাহ বাগিছাৰ সাতশৰো অধিক মহিলাক বিভিন্ন সামাজিক, অৰ্থনৈতিক তথা সম্পতিগত অধিকাৰৰ …