শীৰ্ষ স্থান দখলেৰে নলবাৰীলৈ গৌৰব কঢ়িয়ালে পাৰ্থই
নলবাৰী, ৩১ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান দখলেৰে নলবাৰীলৈ গৌৰব কঢ়িয়ালে পাৰ্থ প্ৰতিম ভূঞাই৷ পাৰ্থই টিহু জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈ সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে৷ নিয়মিত ভাৱে অধ্যয়ন কৰা পাৰ্থই বিভিন্ন সময়ত ছবি অঁকাৰ লগতে কম্পিউটাৰত …