অসম কবি সন্মিলনৰ কবিতা অনুষ্ঠান
গুৱাহাটী, ৮ আগষ্টঃ অসম কবি সন্মিলনৰ শাখা জননীৰ উদ্যোগত কবিতা অনুস্থানৰ আয়োজন কৰা হয়৷ সভাখন সভাপতিত্ব কৰে বিশিষ্ট লেখিকা হিৰণ্যময়ী বৰুৱাই৷ মীৰা ৰাভাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে বিশিষ্ট গল্পকাৰ ধনীৰাম তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। কবিতা পাঠ অনুষ্ঠানটোত মহানগৰীৰ ৩৫ …