গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাৰ আয়োজন
গুৱাহাটী, ১৫ জুনঃ সৰ্বভাৰতীয় দবা ফেডাৰেছনৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী দবা সন্থাই মহানগৰীত আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ অহা ১২ জুলাইৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া দবা প্ৰতিযোগিতাখনত মুঠ প্ৰাইজমানিৰ পৰিমান ৩.২০ লাখ৷ বহিঃৰাজ্যৰ কেইবাজনো শীৰ্ষ খেলুৱৈয়ে প্ৰতিযোগিতাত যোগদান কৰাটো নিশ্চিত …