সমবায় সমিতিৰ নিৰ্বাচনত বিধ্বস্ত বিজেপি
পোন্ধৰখন আসনতেই কংগ্ৰেছ সমর্থিত প্ৰাৰ্থীৰ জয়লাভ শিৱসাগৰ, ১৬ জুনঃ বিগত তিনিটা বছৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে কেইবাটাও সৰু-বৰ নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি দলটােৰ ওচৰত পৰাজয়বৰণ কৰি অহা কংগ্ৰেছ দলটােৰ এইবাৰ সমবায় নিৰ্বাচনত জয়ী হৈছে৷ যদিও নিবাঁচন সৰু তথাপিও দলটােৰ সমর্থিত …