মৰা’ আহি আছে: অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবাঞ্চলত পৰিব প্ৰভাৱ
অনলাইন ডেস্ক, ২৯ মেঃ বংগোপ সাগৰত সৃষ্টি হোৱা ‘মৰা’ ঘূৰ্ণিবতাহ ভাৰত আৰু বাংলাদেশৰ ফালে অগ্ৰসৰ হৈছে। আগন্তুক ১২ পৰা ১৮ ঘণ্টাৰ ভিতৰত ‘মৰা’ই বাংলাদেশৰ চিত্তাগাঁৱত প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ‘মৰা’ই বাংলাদেশত প্ৰৱেশ কৰাত অসমকে ধৰি মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, …