ঠিকাদাৰক পুৰস্কৃত কৰিব ৰাজ্য চৰকাৰে
গুৱাহাটী, ১৯ মে’: আন্তঃগাঁথনিকে ধৰি সকলো নির্মাণ কার্যত গুণগত মানদণ্ড অক্ষুন্ন থাকিলেহে প্রকৃত উন্নয়ন সম্ভৱ। সেইবাবে ৰাজ্য চৰকাৰে গুণগত মানদণ্ডৰ কাম সম্পন্ন কৰা ঠিকাদাৰসকলক পুৰস্কৃত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। গুণগত মান সম্পন্ন কাম কৰা ঠিকাদাৰ সকলক ক্রমে প্রথম পুৰস্কাৰ হিচাপে …