বিকল চিচিটিভিঃ সাৰি যাব নেকি টাউন ক্লাৱত আক্ৰমণ কৰা দুস্কৃতিকাৰী
গুৱাহাটী, ১৮ মেঃ পুনৰ মহানগৰীত উদণ্ড কটনিয়ানৰ উদ্ভণ্ডালি৷ নিশা হ’লেই যেন ৰাজত্ব চলে কটনৰ একাংশ হোষ্টেলৰ অবাসীৰ৷ বুধবাৰে নিশাৰ ভাগত গুৱাহাটী টাউন ক্লাব ভাঙি লণ্ড-ভণ্ড কৰিলে একাংশ কটনৰ ছাত্ৰই৷ ক্লাৱটোৰ চৌহদত থকা কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে শিলৰ আক্ৰমণত ভাঙিল ক্লাবটোৰ …