ত্ৰিপুৰাত অসমৰ বিএছএফৰ জোৱান মৃত্যু
মানিকপুৰ, ১৪ এপ্ৰিলঃ অসমৰ বিএছএফ জোৱানৰ ত্ৰিপুৰাত ৰহস্যজনক মৃত্যু হোৱা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৃত্যু হোৱা জোৱানজন বঙাইগাঁৱৰ ভাটিপাৰাৰ ৰিজু আলী (২৫)। জোৱানজনৰ কালি মৃত্যু, হোৱা বুলি বিভাগীয় ভাবে পৰিয়ালক অৱগত কৰে। জোৱান জনৰ মৃত্যুত শোকত ভাগি …