আজিৰ নিয়োগ সংবাদ
বেংক অৱ বৰোদাৰ ৪০০ পদত নিযুক্তি আৱেদনকাৰী অৰ্হতা- যিকোনো শাখাৰ স্নাতক বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব আৱেদনৰ অন্তিম তাৰিখ-১ মে’ সবিশেষ যোগাযোগ- www.bankofbaroda.co.in অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ শিশু কল্যাণ কমিটীৰ অধ্যক্ষ, সদস্য আৰু …