ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰকৰ আসনত দুগৰাকী অসমীয়া
গুৱাহাটী, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ দুগৰাকী অসমীয়াই অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ অলপতে ঘোষিত ৬৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সন্মানীয় বিচাৰকৰ আসন শুৱনি কৰে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সঞ্চালিকা তনুশ্ৰী হাজৰিকা আৰু প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সঞ্জীব হাজৰিকা৷ বিগত ভালেমান বছৰ …