চোৰাং কাঠ আৰু গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
১০ লক্ষাধিক টকাৰ শালকাঠ, কাঠফলা মেচিন, বৃহৎ পৰিমানৰ গাঞ্জাসহ ৫ জনক আটক সোণতলী, ২০ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলী, কাছুমাৰা, আণ্ডাভাংগা, গৰৈমাৰী বিলৰজান, ৰৌমাৰী, চাউৰদিয়া অঞ্চলত বকো আৰু সোণতলী আৰক্ষীয়ে যোৱা নিশা যুটীয়াভাৱে অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা আৰু …