টিউবলাইট-কিয়া তুমহে য়েকিন হে?
কিয়া তুমহে য়েকিন হে? এই টেগলাইনৰ সৈতে মুকলি হ’ল বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বহু অপেক্ষিত ছবি টিউবলাইটৰ পোষ্টাৰ। পোষ্টাৰখনত লিখা টেগলাইনে ছবিখনৰ কাহিনীক লৈ দৰ্শকৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত চুপাৰষ্টাৰ গৰাকীক জেকেট আৰু টুপী পৰিধান কৰি কান্ধত বেগ ওলোমাই থকা …