Manipur : মণিপুৰৰ ৰাইজৰ বেদনা দেখা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে : ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৪ জানুৱাৰী, ২০২৪ : ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ ‘ভাৰত জোডো ন্যায় যাত্ৰা’ (Bharat Jodo Nyay Yatra)। ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে ৬০ ৰ পৰা ৭০ জন লোকৰ সৈতে খোজকাঢ়ি আৰু বাছেৰে যাত্ৰা কৰিব। মণিপুৰৰ …

Fish Market : মাছ কিনিবলৈ বজাৰে বজাৰে ভিৰ কৰিছে অগণন লোকে

গুৱাহাটী, ১৪ জানুৱাৰী, ২০২৪ : ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীকলৈ উখল মাখল পৰিৱেশ (Bhogali Bihu)। মেজিৰ বাকৰিত এসাজ খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ। উৰুকা উদযাপনৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰবাসী। পুৱাৰ ভাগৰে পৰা মহানগৰীৰ বজাৰ সমূহত উৰুকাৰ সাজৰ বাবে …

Purabi Dairy : ভোগালীৰ ওলগ জনাই ২০২৪ বৰ্ষত দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে উচ্চাভিলাসী পৰিকল্পনা প্ৰকাশ পূৰবী ডেইৰীৰ

গুৱাহাটী, ১৩ জানুৱাৰী, ২০২৪: অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ (Bhogali Bihu) উছাহসনা উথপ্‌থপৰ মাজতে সকলোকে বিহুৰ শুভচ্ছা জনাই ২০২৪ চনৰ বাবে ৰাজ্যৰ দুগ্ধ খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত এক অভিলাষী পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰিছে পূৰবী ডেইৰী ব্ৰেণ্ড পৰিচালনা কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ …

Man-Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত ছিন্ন বিছিন্ন হ’ল মৃতদেহ

গোৱালপাৰা, ১২ জানুৱাৰী, ২০২৪ : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক (Wild Elephant Killed One)। বনৰীয়া হাতীৰ আক্ৰমণত ছিন্ন বিছিন্ন হৈ পৰে যুৱকজনৰ মৃতদেহ। বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত যুৱকজনক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। বন বিভাগৰ ওপৰত ক্ষোভ উজাৰিলে …

Road Accident : পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে এখন গাঁৱৰ তিনিজনকৈ যুৱকে

কলিয়াবৰ, ১২ জানুৱাৰী, ২০২৪ : পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে এখন গাঁৱৰ তিনিজনকৈ যুৱকে (Three Killed In A Road Accident)। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে যুৱক তিনিজনে যাত্ৰা কৰা বাহন। ফলত থিতাতে নিহত …

Morigaon : মৰিগাঁৱত অত্যাধুনিক ৰাজহুৱা শৌচালয় সুবিধা উদ্বোধন

মৰিগাঁও, ১১জানুৱাৰী, ২০২৪ : মৰিগাঁৱৰ জিলা প্ৰশাসনৰ সহযোগত ভাৰতৰ আগশাৰীৰ চিমেণ্ট কোম্পানী ডালমিয়া ভাৰত লিমিটেডৰ (Dalmia) (ডিবিএল) কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা ডালমিয়া ভাৰত ফাউণ্ডেচনে (ডিবিএফ) বুধবাৰে মৰিগাঁৱত অঞ্চলটোৰ প্ৰথমটো অত্যাধুনিক ৰাজহুৱা শৌচালয় সুবিধা উদ্বোধন কৰে। এই পদক্ষেপে অসমৰ গাঁও …

Banshi Gopal Mandir : দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ-সবাহ

হাজো, ১০ জানুৱাৰী, ২০২৪ : দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ-সবাহ। দুদিনীয়া কাৰ্য্যসূচীৰে কামৰূপ জিলাৰ (Kamrup) পূৰ্ণখুমডুম গাঁও উন্নয়ন সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী বংশী গোপাল মন্দিৰৰ বাৰ্ষিক গোন্ধ সবাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰহিন্দ্ৰ ভূঞাঁক সভাপতি, …

Bribe : উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া

চিৰাং, ১০ জানুৱাৰী, ২০২৪ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। চৰকাৰী কৰ্মচাৰীজনে ১০ হাজাৰ টকা …

STF : এছ টি এফ বাহিনীৰ অভিযানত ১০০ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ

কৰিমগঞ্জ, ৯ জানুৱাৰী, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এছ টি এফ বাহিনীৰ অভিযানত ১০০ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ হে’ৰইন, নিচাযুক্ত টেবলেট …

Goa Son Murder : চাৰি বছৰীয়া পুত্রক হত্যা কৰি মৃতদেহ বেগত ভৰাই মাতৃৰ পলায়নৰ চেষ্টা

নিউজ ডেস্ক, ৯ জানুৱাৰী, ২০২৪ : উত্তৰ গোৱাৰ কলংগুট অঞ্চলত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। কলংগুট অঞ্চলত এগৰাকী মাতৃয়ে নিজৰ চাৰি বছৰীয়া পুত্ৰক অতি নিৰ্মমভাৱে হত্যা কৰিছে (Mother Killed Son)। মহিলা গৰাকীৰ চাৰি বছৰীয়া পুত্ৰই যাতে পিতৃক লগ কৰিব …