Tabligi Jamat : উদিয়ানাৰ ঘৰে ঘৰে তবলীগ জামাতিয়ে চলাইছে অভিযান
ৰঙিয়া, ৩০ ডিচেম্বৰ, ২০২৩ : উদিয়ানাৰ ঘৰে ঘৰে তবলীগ জামাতিয়ে চলাইছে অভিযান। শতাধিক তবলীগ জামাতি নামি পৰিছে এক বিশেষ অভিযানত (War Against Drugs)। কেইবাবাৰো সকীয়ানি প্ৰদান কৰাৰ পিছতো এৰিয়াও অঞ্চলটোৰ একাংশ লোকৰ গা লৰা নাই। কি পুৰুষ, কি মহিলা এফালৰ …