One Arrested : আৰক্ষী বিষয়াৰ ঘৰৰ পৰা জব্দ ১৭ লাখ ৭৪ হাজাৰ ৫০০ টকা
ডকমকা, ১২ অক্টোবৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ৪ হাজাৰ টকা উৎকোচ …