Assam Flood : বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়াও ১৫৮ খন গাঁও প্লাৱিত হৈ আছে
গুৱাহাটী, ২ জুলাই, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত এতিয়াও ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৫ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Five districts and sub division under water)। বজালী, ধেমাজি, গোলাঘাট, কামৰূপ আৰু কোকৰাঝাৰ এতিয়াও বছৰৰ প্ৰথমটো …