Joonbeel Mela : বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ জোনবিলৰ পাৰত মামা-মামী সকলৰ ভিৰ
জাগীৰোড : মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ঐতিহাসিক জোনবিল মেলা (Joonbeel Mela)। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলাৰ সমাপ্তি ঘটিব শনিবাৰে। বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ জোনবিলৰ পাৰত পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল। মৰিগাঁও জিলাৰ …