Oscar To Indian Short Film : ভাৰতীয় চুটি ছবি দা এলিফেণ্ট হুইছপাৰ্ছে জিনিলে শ্ৰেষ্ঠ চুটি ছবিৰ অস্কাৰ বঁটা
Sibani Saikia নিউজ ডেস্ক : ভাৰতলৈ দুটাকৈ অস্কাৰ বঁটা। ভাৰতীয় চুটি ছবি ‘দা এলিফেণ্ট হুইছপাৰ্ছে’ জিনিলে শ্ৰেষ্ঠ ছুটি ছবিৰ অস্কাৰ বঁটা (Oscar To Indian Short Film)। আৰ আৰ আৰ’ৰ সংগীত “নাটো নাটোৱে” লাভ কৰিলে শ্ৰেষ্ঠ মূল সংগীতৰ বঁটা। বিশ্বৰ সৰ্ববৃহৎ …