USTM : শৈক্ষিক সহযোগিতা আৰু বিনিময়ৰ বাবে ইউ এছ টি এমৰ সৈতে ৫০ খনৰো অধিক বিশ্ববিদ্যালয়ৰ চুক্তি স্বাক্ষৰিত
খানাপাৰা : ইউনিভাৰ্ছিতি অব চায়েন্স এণ্ড টেকনলজি মেঘালয় (USTM)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি হয় যেতিয়া বিশ্ববিদ্যালয়খনে শৈক্ষিক সহযোগিতা আৰু বিনিময়ৰ বাবে দেশ-বিদেশৰ ৫০ খনৰো অধিক বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশ্ববিদ্যালয়সমূহে শৈক্ষিক সহযোগিতা আৰু বিনিময়ৰ বাবে ইউ …