ড০ দিব্যজ্যোতি শইকীয়ালৈ উৎকৃষ্ট নাগৰিক সেৱা সন্মান বঁটা
গুৱাহাটী : স্বাধীনতা দিৱসৰ দিনাই অসমলৈ ভাল খবৰ, ড০ দিব্যজ্যোতি শইকীয়ালৈ উৎকৃষ্ট নাগৰিক সেৱা সন্মান বঁটা। দেশৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ লগতে আন্তৰ্জাতিক অগ্ৰণী সংস্থা সংগঠনে দেশ তথা সমাজৰ ভিন্ন ক্ষেত্ৰৰ সফল তথা বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় বঁটা প্ৰদান …