হাগ্ৰামাই দিলে নিযুক্তি পত্ৰ

কোকৰাঝাৰ, ৮ মেঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি পত্ৰ দিলে ১,১৩৪ গৰাকী টেট শিক্ষকক। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ পদত নিযুক্তি দিয়া হয় এই ১,১৩৪ গৰাকী শিক্ষকক। কোকৰাঝাৰৰ বডৌফা সাংস্কৃতিক প্ৰেক্ষাগৃহত বিটিচি প্ৰধান গৰাকীয়ে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু …

ঐক্য মঞ্চৰ উদ্যোগত সজাগতা সভা

লংকা, ৭ মেঃ হোজাই জিলাৰ নাম ডবকাৰ হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনত বৃহত্তৰ নাগৰিক ঐক্য মঞ্চৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে এখন শিক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়৷ শিক্ষাৰ দ্বাৰা সমাজ পৰিবৰ্তন কৰিব পাৰি৷ এই  নীতি সৰোগত কৰি বৰ্তমান অসমৰ পৰিস্থিতিত শিক্ষাৰ …

গগণা ২০১৭ আয়োজন

লংকা, ৭ মেঃ লংকাৰ বামুনগাঁৱত বামুন গাওঁ পিপল পুখুৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ১২ আৰু ১৩ মে’ত দুদিনীয়া কাৰ্যসূচীৰে গগণা ২০১৭ শীৰ্ষক ৰঙালী বিহু সন্মিলনীৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি, ১২ মে’ত পুৱা বিহু পতাকা উত্তোলন, শ্বহীদ …

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন আহিল যোৰাবাটলৈ

যোৰাবাট, ৭ মেঃ যোৰাবাটৰ ৰাম বাহাদুৰৰ ঘৰলৈ ফোন আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়ৰ পৰা। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফোনে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাম বাহাদুৰৰ ঘৰলৈ। ৰাম বাহাদুৰৰ একমাত্ৰ সন্তান প্ৰেম বাহাদুৰ যোৱা দুমাহৰ পৰা আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ব্লাড কেন্সাৰত। ফুলকুমলীয়া …

অপোনঘৰঃ চৰকাৰী কৰ্মচাৰীক ১৫ লাখ টকালৈ গৃহ ঋণ প্ৰদানৰ লক্ষ্য

গুৱাহাটী, ৬ মে: ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক ১৫ লাখ টকা পৰ্যন্ত আপোন ঘৰ শীৰ্ষক গৃহ ঋণ প্ৰদানৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মা, অতিৰিক্ত উপায়ুক্ত ক্ৰমে প্ৰণতি মজুমদাৰ, …

গছ কটাক লৈ উত্তপ্ত সোণতলী

সোণতলী, ৬ মেঃ প্ৰকৃতি ধ্বংস নহয়, প্ৰকৃতি উজ্জীৱিত কৰাৰ স্বাৰ্থত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীক কমেও এডালকৈ গছ ৰুপনৰ আহ্বান জনাইছে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে গছ ৰোপন কৰা ছাত্ৰ-ছাত্ৰীসকলৰহে বিদ্যালয়ৰ ভৰ্ত্তী মাচুল বিনামূল্যে কৰাৰো ঘোষনা কৰিছে৷ এনে সময়তে এখন উচ্চ শিক্ষানুষ্ঠানৰ …

যোৰাবাটৰ পথ দুৰ্ঘটনাত আহত-২

যোৰাবাট, ৬ মেঃ যোৰাবাট সংঘটিত এক পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰ ভাবে আঘাট প্ৰাপ্ত হয়৷ আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুহৰি, যুৱক দুজনে নিচাসক্ত হৈ স্কুটী চলাই অহাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়৷ সোণাপুৰৰ এখন ধাবাত যুৱক দুজনে মদ্যপান কৰি এএছ০১ …

পোন চুলিৰ কথাৰেঃ মধুমিতা শইকীয়া

  উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ চুলি পোনেই হয়৷ ঢৌ খেলোৱা যাক wavy hair বুলি কোৱা হয়, যথেষ্ট দেখা যায়৷ অৱশ্যে কিছুমানৰ ফুটকুৰা বা কেকুঁৰা চুলি থাকে৷ কেকোঁৰা চুলি ভাল লাগে, যদিহে ভালদৰে যত্ন লোৱা হয় আৰু ডিজাইনত কটা হয়৷ সেয়া অৱশ্যে সকলোৰে …

ইণ্ডো-ইউ এচ প্ৰমোচন অৱ ট্ৰেভেল এণ্ড টুৰিজিমৰ আলোচনাচক্ৰ

কলকাতা, ৬ মেঃ কলকাতাৰ জে.ডব্লিউ.মেৰিয়ট হোটেলত ইণ্ডো-আমেৰিকান চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত ইণ্ডো-ইউ এচ প্ৰমোচন অৱ ট্ৰেভেল এণ্ড টুৰিজিম শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনচক্ৰত উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী অশোক কুমাৰ পাণ্ডা, সাংসদ তথা অভিনেত্ৰী ৰূপা গাংগুলী মুখ্য অতিথি আৰু অসম পৰ্যটন …

পুলিচৰ মদ খালে নিগনিয়ে

বিহাৰ, ৫ মেঃ নিগনিয়ে চাউল, দালি, আটা, মাংস, শাক-পাঁচলি লগতে আৰু বহু বস্তু খায়৷ কিন্তু এইবাৰ নিগনিয়ে খালে মদ, তাকো পুলিচৰ মদ৷ আচৰিত হৈছে নেকি? মদৰ পৰিমাণ জানিলে আপুনি আৰু আচৰিত হ’ব৷ পৰিমাণ এবটল দুবটল নহয়, পৰিমাণ হ’ল ৯ লাখ …