TMC : ২০২৪ চনত দিল্লীত হ’ব মোদী-শ্বাহ বিহীন চৰকাৰ : ডেৰেক অ’ব্ৰায়েন
গুৱহাটী : দেশত বিজেপিক প্ৰকৃতাৰ্থত ভেটা দিব পৰা দলটোৱে হৈছে তৃণমূল কংগ্ৰেছ। তৃণমূল কংগ্ৰেছ (TMC) বিজেপিক প্ৰতিহত কৰিবলৈ বদ্ধ পৰিকৰ। ভূৱা প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত বিজেপি হৈছে বিশ্বৰ এক নম্বৰ দল। কিন্তু প্ৰতিশ্ৰুতি দি পূৰণ কৰাৰ ক্ষেত্ৰত বিজেপি কিমান সফল? প্ৰধানমন্ত্ৰী …