Chicken : ৫ টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ থানাত হাজিৰ মহিলা
হাজো : মুৰ্গীৰ (Chicken) হত্যা। মুৰ্গীৰ হত্যাৰ অভিযোগ এগৰাকী মহিলাৰ। ৫ টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ থানাত হাজিৰ মহিলা। মুৰ্গীৰ হত্যাৰ অভিযোগ উত্থাপন কৰি মহিলা গৰাকীয়ে দাখিল কৰিলে এজাহাৰ। কামৰূপ জিলাৰ হাজোত এগৰাকী মহিলাৰ অভিযোগে সকলোৰে চকু কপালত তুলিছে। মহিলা …