PDS Rice Seized : ক’লা বজাৰত বিক্ৰীৰ বাবে নি থকা অৱস্থাত জব্দ সুলভ মূল্যৰ চাউল
খাৰুপেটীয়া : শূণ্য সহনশীলতাৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ বিভাগে বিভাগে অবাধ দুৰ্নীতি আৰু লুণ্ঠনৰাজ চলি থকাৰ অভিযোগ। অসম চৰকাৰৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি আৰু বিসংগতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ দুখীয়াৰ …