Boat Capsizes : ব্ৰহ্মপুত্ৰ নদীৰ বুকুত পুনৰ ভয়ংকৰ নাও দুর্ঘটনা

ধুবুৰী : ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ নাও দুর্ঘটনা (Boat Capsizes)। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুর্ঘটনা। নাওখনত আছিল প্ৰায় ৮০ জনকৈ যাত্ৰী। সন্ধানহীন হৈ আছে ২০ জনতকৈও অধিক লোক। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত পুনৰ সংঘটিত হৈছে এক …

Lohorighat Police Station : তৃতীয়টো ৱিকেট পৰিল লাহৰীঘাট আৰক্ষী চকীৰ বিষয়া অম্বিক কুমাৰ নাথৰ

গুৱাহাটী : বুধবাৰৰ দিনটোত তিনিটাকৈ ৱিকেটৰ পতন ঘটিল (Three Government Officer Caught)। প্ৰথমটো ৱিকেট পৰে হাইলাকান্দিৰ উৎপল কুমাৰ নাথৰ, দ্বিতীয়টো পৰে গুৱাহাটীৰ মিঞাচান্দ আলীৰ আৰু তৃতীয়টো ৱিকেট পৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী চকীৰ বিষয়া অম্বিক কুমাৰ নাথৰ। দুৰ্নীতি নিবাৰক শাখাই …

Rajapara : ৰাজাপাৰাৰ ডকাইতিকাণ্ডৰ লগত জড়িত এজন ডকাইতৰ মৃত্যু

বকো : ৰাজাপাৰাৰ (Rajapara) ডকাইতিকাণ্ডৰ লগত জড়িত এজন ডকাইতৰ মৃত্যু। চিকিৎসালয়ত মৃত্যু ঘটে ডকাইতজনৰ। ৰাইজৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছিল ডকাইতজন। এতিয়াও পলাতক অৱস্থাত আছে দুজন ডকাইত। মঙলবাৰে নিশাৰ ভাগত দক্ষিণ কামৰূপৰ বকোৰ অন্তৰ্গত ৰাজাপাৰাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। এখন …

Actress Asha Parekh : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ ২০২২ বর্ষৰ দাদাচাহেব ফালকে বঁটা

নিউজ ডেস্ক : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ (Asha Parekh) ২০২২ বর্ষৰ দাদাচাহেব ফালকে বঁটা। এইবছৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী গৰাকীক দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব। ভাৰতীয় ছবি জগতত আগবঢ়োৱা অৱদানৰ বাবে প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক এই …

Muslim Artist Criticized : মুছলমান হোৱাৰ বাবে প্ৰথম অৱস্থাত একাংশই সমালোচনা কৰিছিল

গুৱাহাটী : মুছলমান হোৱাৰ বাবেই প্ৰথম অৱস্থাত সমালোচনাৰ সন্মুখীন হৈছিল একাংশ লোকৰ (Muslim Artist Criticized)। এতিয়া সমালোচনা কৰা সকলৰ সঁহাৰি আৰু সহযোগিতা লাভ কৰিছে। সমালোচনা ভয় নকৰা এজন শিল্পীয়ে কৰ্ম সংস্থাপনৰ বাট মোকোলাই দিছে বহুজনকে। ২০১২ চনত প্ৰথমবাৰৰ বাবে নিজৰ …

Financial Aid To Window : ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

দৰং : Financial Aid to Widow দৰংত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা। অসমৰ পৰা দুখীয়া নামৰ শব্দটো নাইকীয়া কৰাৰ লক্ষৰে অসম চৰকাৰে কাম কৰি আছে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। …

TET Teacher : টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক (Victor Das)

গুৱাহাটী : জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পিছতে চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক। টেট শিক্ষকৰ (TET Teacher) চাকৰিৰ পৰা নিলম্বন ভিক্টৰ দাসক। শিক্ষা সঞ্চালকালয়ে টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰ দাসক। শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হৈ যোৱা অসম …

Women Entrepreneur : মহিলা উদ্যমী সকলৰ বাবে ধৃতি আৰু ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ উদ্যমিতা মেলা

বকো : ধৃতি-দ্য কাৰেজ ৱিদিন আৰু ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনে কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত বকোৰ বামুণীগাঁও শিবিৰৰ শান্তি নিজৰা ক্লাবত উদ্যমিতা মেলা, ২০২২ আয়োজন  কৰে। ছয়গাওঁ বনগাঁও অঞ্চলৰ মহিলা উদ্যমী সকলৰ (Women Entrepreneur) প্ৰচেষ্টাক উদগনি জনোৱাৰ অৰ্থে তথা এই অঞ্চলৰ শাখা উন্নয়ন …

Clash Between Two Group : দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

আজিজ আলী বৰক্ষেত্ৰী : দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰিক সংঘাতৰ (Clash Between Two Group) ভয়ংকৰ পৰিণতি। এটা ফৈদৰ আক্ৰমণ আনটো ফৈদৰ বাসগৃহৰ ওপৰত। বাসগৃহ লণ্ডভণ্ড কৰি অগ্নি সংযোগ। ৯ জনকৈ লোকক আটক আৰক্ষীৰ। ভূমি কেন্দ্ৰিক সংঘাতৰ পুনৰ এক ভয়ংকৰ পৰিণতি …

Oppo : অ’প্পো এফ ২১ এছ প্ৰ’ চিৰিজৰ ৫জি মোবাইল ফোন মুকলি

গুৱাহাটী : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। দেশৰ আগশাৰীৰ স্মাৰ্টফোন নির্মাতা অ’প্পোৱে (Oppo) সকলো গ্ৰাহকৰ বাবে নতুন অপ্পো এফ ২১ এছ প্ৰ’ চিৰিজৰ ৫জি মোবাইল মুকলি কৰি দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়। মহানগৰীৰ জি এছ ৰোডৰ চিটি চেন্টাৰৰ তৃতীয় মহলাত থকা অপ্পো …