লাখটকীয়াত জুইত জাহ গ’ল প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি
গুৱাহাটী : মহানগৰীৰ লাখটকীয়াত জুইত জাহ গ’ল প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত জুই জাহ যায় ৬ টাকৈ ঘৰৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ। বুধবাৰে মহানগৰী গুৱাহাটীৰ লাখটকীয়াত …