অপায় অমংগল দূৰ কৰাৰ বাবে মেজিত অগ্নি সংযোগ
গুৱাহাটী : ৰাজ্যজুৰি মাঘ বিহু উপলক্ষে উখল মাখল পৰিৱেশ। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় ভোগৰ বিহু ভোগালী, ইয়াৰ অনা এটা নাম মাঘ বিহু। মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা মেজিৰ তলত সকলোৱে একেলগে তৃপ্তিৰে এসাঁজ খাই পুৱাৰ …