নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত চাউলৰ ক’লা বজাৰ

আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰীৰ চৰাঞ্চলত চাউলৰ ক’লা বজাৰ। সুলভ মূল্যৰ দোকানৰ চাউল বিক্ৰী হয় ক’লা বজাৰত। চোৰাং চাউল ভৰ্তি দুখন নাও জব্দ। সূলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী ৰাইজৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ …

মৃতদেহ উদ্ধাৰৰ পিছতে উদ্ধাৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বেগ

জোনমণি বেগম বিশ্বনাথ : দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি নিশ্চিত হোৱাৰ পিছতে বিশ্বনাথত উদ্ধাৰ হৈছে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বেগ। বিশ্বনাথৰ ভাছাতাপুত উদ্ধাৰ হৈছে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ …

দুধনৈ আৰক্ষীৰ জালত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনিজন

দুধনৈ : দুধনৈ আৰক্ষীৰ জালত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু হেৰ’ইনসহ দুধনৈ আৰক্ষীৰ জালত মণিপুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু মানকাচৰৰ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ তালাচীত নাগালেণ্ডৰ বাহনৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। অসম …

ভেকেলি চাপৰিত উদ্ধাৰ হোৱা মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ

মাজুলী : দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ। মৃতদেহটো নিমাতিঘাটত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ …

মহানগৰত ১৭ ছেপ্টেম্বৰত ৬০,০০০ পালি টীকাকৰণৰ লক্ষ্য

গুৱাহাটী : অহা ১৭ ছেপ্টেম্বৰত হ’ব লগা মেগা টীকাকৰণ অভিযানত কামৰূপ মেট্ৰ জিলাত অতি কমেও ৬০,০০০ পালি টীকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে৷ এই লক্ষ্যত উপনীত হোৱাৰ বাবে টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ …

‘ব্ৰেণ্ড নর্থ ইষ্ট’ ধাৰণাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰিব লাগিব : মুখ্যমন্ত্রী

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটীৰ হােটেল ৰেডিশ্বন ব্লুত আয়ােজিত উত্তৰ-পূৰ্বাঞ্চলৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রীসকলৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ভাৰত চৰকাৰৰ পর্যটন মন্ত্ৰালয়ৰ সৌজন্যত আয়ােজিত দুদিনীয়া এই সন্মিলনৰ প্রথম পূর্ণ অধিৱেশনত কেন্দ্রীয় পর্যটন, সংস্কৃতি তথা …

সীমান্তত বিগত দুদিনত আৰক্ষী আৰু বিএছএফেলৰ অভিযানত ১৯ টাকৈ পশুধন জব্দ

মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰু সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বিগত দুদিনত বিএছএফ আৰু আৰক্ষীয়ে মুট ১৯ টাকৈ পশুধন জব্দ কৰাৰ লগতে এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী আৰু বিএছএফে অভিযান চলাই নদী পথেৰে গৰু …

তিনিশ যাত্ৰীৰ পৰিৱৰ্তে ৭-৮ খন লাইফ জেকেট ৰাখি যাত্ৰীৰ জীৱনকলৈ হেতালি

দক্ষিণ শালমাৰা : ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ যাতায়ত কৰা ১৪ খন ফেৰীত তিনিশ যাত্ৰীৰ পৰিৱৰ্তে ৭-৮ খন লাইফ জেকেট ৰাখি যাত্ৰীৰ জীৱনক লৈ খেলিছে হেতালি একাংশ ফেৰী চালকৰ। কাঠ আৰু টিনৰ দ্বাৰা নিৰ্মিত পুৰণি ফুটা থকা ফেৰীৰে কঢ়িওৱা হয় যাত্ৰী। …

সন্দেহজনক ম্যানমাৰৰ নাগৰিকৰ হাতত ভুৱা ভোটাৰ আৰু আধাৰ কাৰ্ড

গুৱাহাটী : সন্দেহজনক ম্যানমাৰৰ নাগৰিকৰ হাতত উদ্ধাৰ ভুৱা ভাৰতীয় ভোটাৰ আৰু আধাৰ কাৰ্ড। মিজোৰামৰ ৰাজধানী আইজলৰ ঠিকনাত ভুৱা নথি পত্ৰ প্ৰস্তুত কৰি ভুৱা ভাৰতীয় ভোটাৰ আৰু আধাৰ কাৰ্ড প্ৰস্তুত ম্যানমাৰৰ নাগৰিকৰ। আইজলৰ মহাবিদ্যালয়ৰ পৰিচয় পত্ৰও উদ্ধাৰ হৈছে সন্দেহজনক ম্যানমাৰৰ নাগৰিকৰ …

গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিছে দক্ষিণ শালমাৰা আৰক্ষীয়ে

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মুঠাখোৱা গাঁৱত শনিবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গাঁওখনত নিশা প্ৰায় ১.৩০ বজাত …