বিধৱা মহিলাৰ ঘৰত দুস্কৃতিকাৰীৰ অগ্নি সংযোগ
মানকাচৰ : মানকাচৰৰ কঠালবাৰীত বিধৱা মহিলাৰ ঘৰত অগ্নিকাণ্ড। অগ্নিকাণ্ডত পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত। দুস্কৃতিকাৰীয়ে বিধৱা মহিলাৰ ঘৰত অগ্নিসংযোগ কৰাৰ সন্দেহ। বিধৱা মহিলাৰ ঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহত কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ …