মূল্যবৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি মধ্যভোগীৰ মাধমাৰ

কলগাছিয়া : বজাৰত জুই। খাদ্য সামগ্ৰীৰ জুই ছাই দাম। প্ৰতি লিটাৰ মিঠাতেল ২০০ ৰ ঘৰ অতিক্ৰম কৰিছে আৰু শাক-পাচলি ৬০-৭০ টকা তলত পাবলৈ নাই। মূল্যবৃদ্ধিৰ প্ৰকোপ দেখি বজাৰলৈ যাবলৈ ভয় কৰা হৈছে সৰ্বসাধাৰণ ৰাইজ। পূৰ্বে ডাঙৰ মোনাত ভৰাই পাচলি ঘৰলৈ …

শৌচালয় নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি

আজিজ আলী মুকালমুৱা : শৌচালয় নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত দুখীয়া ৰাইজৰ নামত আবন্টন হোৱা বহু শৌচালয় অৰ্ধনিৰ্মিত অৱস্থাতে আছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ ধন আত্মসাৎ কৰাৰ অভিযোগ দুখীয়া ৰাইজৰ। প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত মিচনৰ অন্তৰ্গত …

হয়বৰগাঁও আৰক্ষী থানাত মোবাইল ফোনৰ বজাৰ

নগাঁও : হয়বৰগাঁও আৰক্ষী থানাত মোবাইল ফোনৰ বজাৰ। হয়বৰগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে থানাত মেলি দিছে শতাধিক মোবাইল ফোন। সংবাদমেল অনুষ্ঠিত কৰি মোবাইল ফোন নিয়াৰ বাবে হয়বৰগাঁও থানালৈ আহিবলৈ আহ্বান জনাইছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী থানাত শনিবাৰে …

পুনৰ এক লোহমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীত

গুৱাহাটী : পুনৰ এক লোহমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীত। মালিগাঁৱত এজন চকীদাৰক নিশা হত্যা কৰে দুৰ্বৃত্তই। হত্যাকাণ্ডৰ দৃশ্য চিচি টিভি কেমেৰাত আৱদ্ধ। ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।  মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনীত ঘটনা। বিগত …

জুৱাৰ আড্ডাৰ পৰা জব্দ ১ লাখ ৬১ হাজাৰ টকা

আজিজ আলী মুকালমুৱা : জুৱাৰ আড্ডাৰ পৰা জব্দ ১ লাখ ৬১ হাজাৰ টকা। আৰক্ষীৰ অভিযানত আটক পাঁচ জুৱাৰী। ঘগ্ৰাপাৰত জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। দীপাৱালী উপলক্ষে এখন ফাৰ্ম হাউচত দিনে-নিশাই চলিছিল জুৱা খেল। পোহৰৰ উৎসৱ দীপাৱালী …

আদালতত দাখিল কৰা হ’ল ৰাজকন্যা বৰুৱাৰ গোচৰৰ চাৰ্জশ্বিট

গুৱাহাটী : আদালতত দাখিল কৰা হ’ল ৰাজকন্যা বৰুৱাৰ গোচৰৰ চাৰ্জশ্বিট। দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে আদালতত দাখিল কৰে ৰাজকন্যা বৰুৱাই সুৰাৰ ৰাগীত সংঘটিত কৰা দুর্ঘটনাৰ চাৰ্জশ্বিট। কিন্তু চাৰ্জশ্বিটত আৰক্ষীয়ে উল্লেখ্য নকৰিলে বিলাসী হোটেল তাজ ভিভান্তা আৰু পংকজ সাধনিদাৰৰ নাম। ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ …

সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁওখনত উপস্থিত হ’ল সংবিজিত

জোনমণি বেগম বিশ্বনাথ : এসময়ৰ সশস্ত্ৰ সংগঠন এনডিএফবিৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হ’ল। উল্লেখ্য যে এই চাৰচিং ইংতি কাঠাৰ কিছুদিন পূৰ্বলৈকে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বাবে এক মূৰৰ কামোৰণী …

দীপাৱালীৰ আনন্দৰ মাজতে জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি

ৰঙিয়া : দীপাৱালীৰ আনন্দৰ মাজতে জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি। অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাড়া ঘৰত ভয়ংকৰ অগ্নিকাণ্ড। কাপোৰৰ গুদামৰ লগতে কেইবাটাও গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। পোহৰৰ উৎসৱ দীপাৱালীৰ দিনাই ৰঙিয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত …

নাজিৰাত বিশেষভাৱে সক্ষম যুৱক-যুৱতীৰ চিত্ৰাংকণ প্ৰতিযোগিতা

ভাস্কৰজ্যোতি মহন্ত নাজিৰা : নাজিৰাত বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকলে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰিলে কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতা। দীপাৱলীৰ উপলক্ষে নাজিৰা মৌজাৰ অন্তৰ্গত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ দ্বাৰা লিগিৰী পুখুৰী বাগিছা প্ৰাথমিক বিদ্যালয়ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি আৰু চিত্ৰাংকণ …

কলগাছিয়াৰ আমগুৰিত বেকী নৈৰ ভয়াবহ গৰাখহনীয়া

কলগাছিয়া : কলগাছিয়াৰ আমগুৰিত বেকী নৈৰ ভয়াবহ গৰাখহনীয়া। বেকী নৈৰ ভয়াবহ গৰাখহনীয়াৰ কবলত পৰিছে পকী পথ। এফালৰ পৰা বেকী নৈয়ে খহাই নিছে পকী পথটো। চপৰা চপৰে গৰা খহি নৈৰ বুকুত জাহ গৈছে গুৰুত্বপূৰ্ণ পকী পথটো। বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা। …