ভাৰতৰ মহিলা হকী দলৰ খেলুৱৈ বন্দনাই ইতিহাস ৰচিলে টকিঅ’ অলিম্পিকত

নিউজ ডেস্ক : টকিঅ’ অলিম্পিকত উজ্বলিছে ভাৰতৰ মহিলা খেলুৱৈ। ভাৰতৰ পুৰুষ খেলুৱৈৰ তুলনাত অধিক সাফল্য লাভ কৰিছে ভাৰতৰ মহিলা খেলুৱৈ সকলে। উত্তৰ পূৰ্বৰ দুগৰাকী মহিলা খেলুৱৈয়ে ভাৰতৰ হৈ টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত এইবাৰ ভাৰতৰ মহিলা হকী দলৰ এগৰাকী …

মুকালমুৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

আজিজ আলী মুকালমুৱা : মুকালমুৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা জব্দ হয় ২৬ টাকৈ সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ। অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীৰ থানাত আহি আত্মসমৰ্পণ। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে অধিক তীব্রতৰ কৰি …

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ দ্বিতীয়টো পদক অৰ্জন কৰিলে অসমৰ লাভলীনাই

নিউজ ডেস্ক : শুকুৰবাৰে পুৱাৰ ভাগতে টকিঅ’ অলিম্পিকৰ পৰা ভাৰতৰ বাবে আহে ভাল খবৰ। ভাৰত মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লাভলীনাই নিজৰ বিপক্ষৰ বক্সাৰ গৰাকীক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই …

এইবাৰ শিৱসাগৰত ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী কন্যা শিশু

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : এইবাৰ শিৱসাগৰত কন্যা শিশুক ধর্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল ৫৫ বছৰীয়া লম্পট। শিৱসাগৰৰ বিষ্ণু নগৰত সংঘটিত হৈছে এই জঘন্য ধর্ষণকাণ্ড। অনুজ দাস ওৰফে অনিমেষ দাস নামৰ এজন লম্পটে সংঘটিত কৰিছে এই জঘন্য …

ভাৰত-বাংলাদেশ সীমান্তত মাটিৰ তলৰ পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা

মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত মাটিৰ তলৰ পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ভাটি ঝগৰাৰচৰ গাঁৱত মাটিৰ তলত পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ …

বৰঝাৰ বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিলে নাগালেণ্ডৰ ভোট জলকীয়া

গুৱাহাটী : বৰঝাৰ বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিলে নাগালেণ্ডৰ ভোট জলকীয়া। নাগালেণ্ডৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰ, বৰঝাৰ বিমান বন্দৰৰ পৰা বিমানযোগে দিল্লী আৰু দিল্লীৰ পৰা নাগালেণ্ডৰ ভোট জলীয়াই যাত্ৰা কৰে লণ্ডনলৈ। উত্তৰ পূবৰ পাচলিয়ে বিদেশৰ বজাৰ …

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি শিৱসাগৰত উত্তাল প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰৰ : কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ ঘটনাকলৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বৰাক উপত্যকাৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে …

ভাৰত-বাংলাদেশ সীমান্তৰ এখন গাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

মানকাচৰ : মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযান। অভিজানকাৰী আৰক্ষী আৰু চিআৰপিএফৰ দলটোৱে ভাৰত-বাংলাদেশ সীমান্তৰ জোৰডাঙ্গাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ড্ৰাগছৰ অবৈধ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰি জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে …

পুনৰ ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী মুকবধি কিশোৰী

মামুন আলী কোকৰাঝাৰ : কিছুদিন পূৰ্বে মৰিগাঁও জিলাত এগৰাকী ৯ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰিছিল এজন ৬৫ বছৰীয়া বৃদ্ধই। চৈয়দ আলী ওৰফে পঠা নামৰ ৬৫ বছৰীয়া এজন বৃদ্ধই ৯ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি …

বিলাসীপাৰাৰ যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে আৰক্ষীয়ে

নুৰদ্দিনৰ বিলাসীপাৰা : বিলাসীপাৰাৰ যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে আৰক্ষীয়ে। বিলাসীপাৰা হাকামা, কামাৰপাৰা গাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে ধুবুৰী আৰক্ষীয়ে। বিয়াৰ প্ৰলোভনেৰে মানৱ সৰবৰাহকাৰীয়ে যুৱতী গৰাকীক বিক্ৰী কৰিছিল হাৰিয়ানাত। ড্ৰাগছ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰি …