নগাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড
কুন্দন ভৰালী নগাঁও ১৩ ফেব্ৰুৱাৰী নগাঁৱত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড৷ নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় ১৫ টাতকৈও অধিক ঘৰ। অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ীয়ে প্ৰায় দুঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই৷ নগাঁৱৰ …